নগাঁৱত এতিয়াও অক্ষত অৱস্থাত আছে বহু পৌৰাণিক সমল।অলপতে পোহৰলৈ আহিছে বহু বছৰ ধৰি সংৰক্ষণ কৰি অহা আজান পীৰ চাহাবৰ তজবী আৰু চিলচিলা।উল্লেখযোগ্য যে মুজিৰুল হুছেইন নামৰ ব্যক্তিজনৰ ঘৰত এই সম্পদ সমূহ সংৰক্ষণ হৈ আছে ।প্ৰবাদ আছে পবিত্ৰ মনৰে তজবীডাল লৈ আৰাধনা কৰিলে মনৰ ইচ্ছা পূৰণ হয়।স্মতব্য যে ৭ পুৰুষ ধৰি এই সম্পদ সমূহ সংৰক্ষণ হৈ আছে । অসমৰ বিভিন্ন অঞ্চলৰ লোকে এই সম্পদ সমূহ দৰ্শনৰ অৰ্থে আজিও সেই বিশেষ ঘৰখনত ভিৰ কৰে বুলি জানিব পৰা গৈছে ।
Trending
- কমলপুৰৰ পখিয়াচুবা যুৱ সমাজৰ উদ্যোগত মহিলাৰ দিহানাম প্ৰতিযোগিতা সম্পন্ন
- তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি
- আপেন চিগনেল (Opensignal ) তথ্য অনুসৰি এয়াৰটেল হৈছে অসমৰ শীর্ষস্থানীয় মোবাইল নেটৱৰ্ক সেৱা প্রদানকাৰী
- মহিলাৰ দিহানাম প্ৰতিযোগিতা সম্পন্ন
- সামাজিক মাধ্যমত শুদ্ধ ৰূপত ভাষা চৰ্চাৰ লগতে ৰোমান লিপিৰে অসমীয়া লিখাৰ প্ৰৱণতা আমি পৰিহাৰ কৰা উচিত : সিংহল
- দুদিনীয়া কাৰ্য্যসূচীৰে গুৱাহাটীত অসম ফিজিঅ’কন ২০২৪
- জনসজাগতা মূলক কাৰ্য্যসূচী ৰূপায়ন
- পামহী আঞ্চলিক ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ আয়োজন -লাইখুটা স্থাপন
- লেখিকা সমাৰোহ সমিতিৰ বৈঠক সম্পন্ন
- বৰপেটা জিলাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিভিন্ন আচঁনিৰ ৰূপায়নৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিলে বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে