আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়লৈ নিৰ্বাচিত হ’ল অসম সন্তান

বিশ্ব স্ন’কাৰ চেম্পিয়নশ্বিপৰ প্ৰশিক্ষণৰ বাবে ভাৰতীয় দলৰ হৈ নিৰ্বাচিত হৈছে অভিনৱ মহন্ত ।মহানগৰীৰ ভঙাগডৰ বাসিন্দা অভিনৱ হিন্দুস্তান কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ ।উল্লেখযোগ্য যে অভিনৱ মহন্ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰপৰা আন্তঃ ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ নিৰ্বাচিত হোৱা প্ৰথম জন কুইষ্ট।অভিনৱ ডক্টৰ অশ্বিন কুমাৰ মহন্ত আৰু সবিতা মহন্তৰ একমাত্ৰ সন্তান ।

Comments (0)
Add Comment