আৰণ্যকে আৰোগ্য নিধিলৈ ১লাখ টকা আগবঢ়ালে

ৰাজ্যৰ অগ্ৰণীয় বেচৰকাৰী অনুষ্ঠান আৰণ্যকে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ ১লাখ টকা আগবঢ়াইছে।
 
 
উল্লেখযোগ্য যে বেচৰকাৰী সংগঠন অৰণ্যকে প্ৰকৃতি সংৰক্ষণ আৰু  ৰক্ষণাবেক্ষণৰ লগত দীৰ্ঘদিন জৰিত হৈ আছে।
 
 
ইয়াৰ উপৰিও স্থানীয় জনসাধাৰণৰ লগ হৈ পবিতৰা অভয়াৰণ্য,মানাহ অভয়াৰণ্য,বোকাখাত উন্নয়ন খণ্ডৰ বনকৰ্মীৰ মাজত মাস্ক বিতৰণ কৰিছে।

Comments (0)
Add Comment