কণ্ঠ যাদুৰে মোহিত কৰিছে হৰ্ষিতে

কণ্ঠৰ যাদুৰ বাবে উজলি উঠিছে এগৰাকী অসম সন্তান।ছনি টি ভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব চুপাৰ ষ্টাৰ চিংগাৰ শীৰ্ষ১৫ত প্ৰবেশ কৰিছে শিৱসাগৰৰ হৰ্ষিত নাথে।সৰুৰে পৰা সংগীতৰ প্ৰতি আগ্ৰহী হৰ্ষিতে ৰাজ্যৰ বিভিন্ন প্ৰতিযোগীৰ মাজত ১৫গৰাকীৰ মাজত স্থান দখল কৰিবলৈ সক্ষম হৈছে ।অহা ২২জুনৰ পৰা পৰৱৰ্ত্তী ৰাউণ্ড আৰম্ভ হ’ব। হৰ্ষিতৰ এই সাফল্যই সকলোকে উৎফুল্লিত কৰি তুলিছে ।

Comments (0)
Add Comment