কালি আনুষ্ঠানিকভাৱে মুকলি হ`ল মৈত্ৰী সেঁতু

কালি আনুষ্ঠানিক ভাৱে মুকলি হ’ল মৈত্ৰী সেতু।এই সেতু খন ভাৰত আৰু বাংলাদেশ ত্ৰিপাক্ষিক সম্পৰ্ক আৰু মৈত্ৰীপূৰ্ণ সম্বন্ধৰ প্ৰতীক।ত্ৰিপুৰাৰ ফেনী নদীৰ ওপৰত নিৰ্মাণ হোৱা এই সেতু খনে ত্ৰিপুৰা তথা উত্তৰ পূবৰ মাইল খুটি বিবেচনা কৰিব পাৰিব।এই সম্পৰ্কে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে এই মৈত্ৰী সেতু খনে ত্ৰিপুৰাৰ পৰ্যটন আৰু বাণিজ্যিক দিশটোক বিশেষ ভাৱে প্ৰভাৱিত কৰিব।উল্লেখযোগ্য যে এই ক্ষেত্ৰত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনায়ো সহায়ৰ হাত আগবঢ়াইছে।

Comments (0)
Add Comment