দ্বিতীয় বাৰলৈ পিতৃ হ’ল গৌৰৱ গগৈ

নিৰ্বাচনী বতাহ বলি থকা সময়তে প্ৰাক্তন মুখ্যমন্ত্ৰী ঘৰলৈ আহিছে এক ভাল খবৰ।প্ৰাক্তন মুখ্যমন্ত্ৰী পুত্ৰ তথা গৌৰৱ গগৈ দ্বিতীয় বাৰলৈ পিতৃত্ব হোৱা গৌৰৱ অর্জন কৰিলে।
 
 
 
উল্লেখযোগ্য যে সম্প্ৰতি গৌৰৱ গগৈ তেখেতৰ পত্নী এলিজাবেথৰ সৈতে লণ্ডনত আছে । তেওঁলোকৰ প্ৰথম পুত্ৰ হ’ল কবীৰ । আনহাতে দ্বিতীয় কন্যা সন্তান ঘৰলৈ অহা খবৰে সমগ্ৰ পৰিয়ালত আনন্দিত কৰি তুলিছে ।

Comments (0)
Add Comment