পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল অসম সন্তান

পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিল  অসম সন্তান কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত।MX player ৰিয়েলিটি শ্ব’ত পাপনে প্ৰস্তুত কৰা ছজদা ক’ৰো এই গীতটো শীৰ্ষ গীত হিচাপে স্বীকৃতি পাইছে।
 
 
 
 
গীতটো প্ৰযোজনা কৰিছে কল্যাণ বৰুৱাৰ । গীতৰ কথা বৈভৱ মোডীৰ । উল্লেখযোগ্য যে গীতটি পাপনৰ লগতে কণ্ঠদান কৰিছে বিশাল শেখৰ ,বাপ্পী লাহিড়ী , চেলিম-ছলেইমানৰ ,প্ৰিয়াৰী লাল,বিজয় ছাহ,মিথুন, হিমেশ,শচীন জিগৰ আদিয়ে।গীতটো ইতিমধ্যে চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে।

Comments (0)
Add Comment