ফেমিনা মিছ ইণ্ডিয়াত চিকিমৰ যুৱতী

এফ বি বি কালাৰছত ফেমিনা মিছ ইণ্ডিয়াত উত্তৰ পূবৰ প্ৰতিনিধিত্ব কৰিব এগৰাকী যুৱতীয়ে ।চাং গোমা তামাং নামৰ ১৯বছৰীয়া যুৱতী গৰাকীয়ে এফ বি বি মিছ ফেমিনাৰ অংশ লোৱাৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে ।উল্লেখযোগ্য যে অহা ৭মে’ত গ্ৰুমিংত অংশ লোৱাৰ বাবে মুম্বাইলৈ যাব।স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী তামাঙে বিগত বৰ্ষত গুৱাহাটীত অনুষ্ঠিত হোৱা মিছ ইণ্ডিয়া নৰ্থ ইষ্ট ৰাউণ্ডত বিশেষ সফলতা লাভ কৰিছিল।

Comments (0)
Add Comment