মনোনয়ন পত্ৰ দাখিল কৰিলে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই

আজি মনোনয়ন পত্ৰ দাখিল কৰিলে পূৱ গুৱাহাটী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই মনোনয়ন দাখিল কৰিব যাওতে এক বৃহৎ সমাবেশ হোৱা দেখা গ’ল।তেওঁ লগত সংগ দিলে দিলীপ শইকীয়াৰ লগতে বহু হাই-প্ৰফাইল ব্যক্তিয়ে।উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচনৰ কাইলৈ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন।

Comments (0)
Add Comment