ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা স্থগিত

ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা স্থগিত কৰা হৈছে। কোভিড কেন্দ্ৰিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ছেবাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰিস্থিতি উন্নত হ’লে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে জনাইছে। উল্লেখযোগ্য যে ১১ মে’ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল।

Comments (0)
Add Comment