ডিজিটেল মেডিয়া ফ’ৰাম গঠন

বৰ্ত্তমান সময়টোৱে হৈছে ডিজিটেলৰ সময়। এই ডিজিটেল দুনীয়াৰ বোকাচাত উঠি অসমৰ সংবাদ জগতত আত্মপ্ৰকাশ কৰিছে বহুকেইটা ডিজিটেল সংবাদ মাধ্যমে। এই মাধ্যমৰ ভবিষ্যত আৰু প্ৰসাৰৰ উদ্দেশ্য আগত ৰখি সকলোবোৰ ডিজিটেল মাধ্যমৰ ব্যক্তি সকল একত্ৰিত হৈ সন্থা গঠন কৰে । মহানগৰীৰ উলুবাৰীৰস্থিত এক কাৰ্য্যলয়ত nefocus.com সংবাদ ৩৬৫, নিউজ নেস্ক ৱান, দ্যা নিউজমিল, প্ৰথম খবৰ, সংবাদ প্ৰহৰী, ইনছাইড এনই লগত জড়িত ব্যক্তিসকল মিলিত হয়। আশা কৰা হৈছে এই ডিজিটেল মেডিয়া ফ’ৰামে অনাগত দিনত এক নৱ জোৱাৰ অনাৰ চেষ্টা কৰিব।

Comments (0)
Add Comment