অসম ভ্ৰমণলৈ আহিব বাৰবাৰা পম্পিলি

ভাৰত ফ্ৰান্সৰ মাজত বিকাশমূলক সম্পৰ্ক উন্নীত কৰাৰ লক্ষ্যৰে পাঁচদিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণলৈ আহিবলগীয়া ফ্ৰান্সৰ জলবায়ু পৰিৱৰ্তন পৰিক্ৰম বিভাগৰ মন্ত্ৰী বাৰবাৰা পম্পিলিয়ে ভ্ৰমণৰ সময়ত অসমলৈও আহিব।
মন্ত্ৰী পম্পিলিয়ে তেওঁৰ ভ্ৰমণৰ সময়ত ৰাজ্যখনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন আৰু জৈৱবৈচিত্ৰ সংৰক্ষণৰ অসম প্ৰকল্পৰ (এপিএফবিচি) এক ক্ষেত্ৰৰ লগতে আইআইটি গুৱাহাটীও পৰিদৰ্শন কৰিব।ভাৰত ফ্ৰান্সৰ মাজত বিকাশমূলক সম্পৰ্ক উন্নীত কৰাৰ লক্ষ্যৰে পাঁচদিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণলৈ আহিবলগীয়া ফ্ৰান্সৰ জলবায়ু পৰিৱৰ্তন পৰিক্ৰম বিভাগৰ মন্ত্ৰী বাৰবাৰা পম্পিলিয়ে তেওঁৰ ভ্ৰমণৰ সময়ত অসমলৈও আহিব।
মন্ত্ৰী পম্পিলিয়ে তেওঁৰ ভ্ৰমণৰ সময়ত ৰাজ্যখনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন আৰু জৈৱবৈচিত্ৰ সংৰক্ষণৰ অসম প্ৰকল্পৰ (এপিএফবিচি) এক ক্ষেত্ৰৰ লগতে আইআইটি গুৱাহাটীও পৰিদৰ্শন কৰিব।ফ্ৰান্সৰ মন্ত্ৰীগৰাকীয়ে লগতে বিকল্প জীৱিকা গঢ়ি তোলাৰ বাবে দক্ষতা বিকাশ কাৰ্যসূচীৰ পৰা উপকৃত হোৱা স্থানীয় সম্প্ৰদায়কো সাক্ষাৎ কৰিব।
আনহাতে মন্ত্ৰীগৰাকীয়ে আইআইটি গুৱাহাটীত ভাৰতৰ প্ৰথমটো বীজানুনাশক প্লাষ্টিক বিকশিত কৰি তোলা চেন্টাৰ অপ এক্সিলেন্স ছাছষ্টেইনেব’ল পলিমাৰৰ গৱেষকসকলৰ সৈতে মত বিনিময় কৰিব।

Comments (0)
Add Comment