কালিলৈ আত্ম প্ৰকাশ কৰিব এটা আঞ্চলিক দলে

সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন।নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ ব্যাপক তৎপৰতা বৃদ্ধি পাইছে ।ইয়াৰে মাজতে আছু আৰু যুৱ ছাত্ৰৰ নেতৃত্বত জন্ম লাভ কৰিছে নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদে।
 
 
এইবাৰ কৃষকমুক্তি নেতৃত্বত নতুন আঞ্চলিক দলৰ আত্মপ্ৰকাশ ঘটিব। ২ অক্টোবৰত কৃষকমুক্তি নেতৃত্বত আত্মপ্ৰকাশ ঘটিব নতুন আঞ্চলিক দলটো।আছু আৰু যুৱ ছাত্ৰ নেতৃত্বত  নতুন দলটোৰ নেতৃত্বত থাকিব কৃষক নেতা অখিল গগৈ।

Comments (0)
Add Comment