ক’ৰণা ভাইৰাছক প্ৰতিহত কৰিবলৈ মাৰ বান্ধি থিয় হৈছে

এল আৰ এলে ক’ৰণা ভাইৰাছৰ সংক্ৰমণক প্ৰতিহত কৰিবলৈ মাৰ বান্ধি থিয় হৈছে।ৰিফাইনেৰীৰ কোম্পানীয়ে নুন্যতম কৰ্মচাৰীলৈয়ে কাম অব্যাহত ৰাখিছে।এন আৰ এল  দুই মাৰ্কেটিং টাৰ্মিনেল নুমলীগড আৰু শিলিগুৰিত আছে।
 
কৰ্মচাৰী সহযোগিতা অনুসৰি ৰিফাইনেৰীৰ কাম কাজ চলি আছে ।১২ ঘন্টাৰ চিফট ডিউটীও কৰ্মচাৰী মাজত দূৰত্ব বজাই ৰখা দেখা গৈছে।
 
আনহাতে এম এচ আৰু এচ এচ ডি  উৎপাদন বঢ়াই  আৱশ্যকীয় ইন্ধন সুনিশ্চিত কৰা হৈছে বুলি জানিব পৰা গৈছে ।এন আৰ এলৰ কৰ্মচাৰীয়ে বৰ্তমান পৰিস্থিতিৰ লগত মোকাবিলা কৰি চৰকাৰী নিৰ্দেশনা পালন কৰি কৰ্তব্য সম্পাদন কৰি আছে।

Comments (0)
Add Comment