গুজৰাটত অসমৰ সন্তান সৌম্যদীপ বৰাৰ সাফল্য

গুজৰাট কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ মঙলবাৰে অনুষ্ঠিত হয় অভিবৰ্তন অনুষ্ঠান।এই অভিবৰ্তন অনুষ্ঠানত অংশ লয় ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। ইফালে বিশ্ববিদ্যালয় খনৰ পিএইচডি বিভাগৰ ছাত্ৰ তথা অসমৰ সুসন্তান সৌম্যদীপ বৰাই নেন’টেকন’লজি বিভাগৰ স্নাতকত্তোৰ ডিগ্ৰীত প্ৰথম স্থান অধিকাৰ কৰি সোণৰ পদক লাভ কৰে। ৰাষ্ট্ৰপতি কোবিন্দে মঙলবাৰে বৰাক সোনৰ পদক অৰ্পন কৰে।
অসমৰ সুন্তান সৌম্যদীপ বৰা অসমৰ ঘৰ নগাৱৰ সটো হয়বৰত।দীপক বৰা আৰু দিপালী বৰাৰ সন্তান এই গৰাকী সু-সন্তান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ।সৌস্যদীপ বৰাৰ সাফল্যই সুখৰ বতৰা কঢ়িয়াই আনিছে পৰিয়ালৰ লগতে নগাঁও জিলালৈ।

Comments (0)
Add Comment