তাঁৰৰ প্ৰতিমা নিৰ্মাণ কৰিছে

দুৰ্গা পূজা সমাগত।ৰাজ্যৰ চৌদিশে পূজাৰ প্ৰস্তুতি চলিছে।তেনে সময়তে ধুবুৰীৰ এজন শিল্পীয়ে তাঁৰেৰে প্ৰতিমা নিৰ্মাণ কৰিছে।ধুবুৰীৰ সঞ্জীৱ বসাক নামৰ শিল্পী গৰাকীয়ে ১২ফুট উচ্চতাৰ তাঁৰৰ প্ৰতিমা নিৰ্মাণ কৰিছে।উল্লেখযোগ্য যে বসাকে ইতিপূৰ্বেও বিভিন্ন পেলনীয়া বস্তুৰে প্ৰতিমা প্ৰস্তুত কৰি উলিয়াইছে ।

Comments (0)
Add Comment