দ্বিতীয় ৰাউণ্ডৰ ভোটগণনাত কোন প্ৰাৰ্থীয়ে কোন সমষ্টিত অগ্ৰগতি লাভ কৰিছে

আজি সলনি হ’ব পাৰে অসমৰ ৰাজনীতি প্ৰেক্ষাপট।সময়ে সময়ে পট পৰিবৰ্তন হৈছে প্ৰাৰ্থী অগ্ৰগতি।এতিয়ালৈকে আমাৰ হাতত পৰা খবৰ অনুসৰি তলত উল্লেখ কৰা সমষ্টি কেইটাৰ প্ৰাৰ্থী কেইজন এনেদৰে আগবাঢ়িছে-
দ্বিতীয় ৰাণ্ডত সৰুপথাৰত
বিশ্বজিৎ ফুকনে (বিজেপি) 3441,
ৰজলীনা তিৰ্কী (কংগ্ৰেছ) 2025,
ৰাজু ফুকন (এজেপি) 860 ,
গোপাল গগৈ (আই এন ডি) 69.
1416 টা ভোটত আগ্ৰগতি লাভ bjp ৰ বিশ্বজিত ফুকনৰ।
বোকাখাটত এতিয়ালৈকে ..
অতুল বৰা ( AGP),=3954
প্ৰণৱ দলে (নিৰ্দলীয় ),=1455
জীতেন গগৈ(নিৰ্দলীয়) ≠251
দুলাল বৰা ( নিৰ্দলীয়) ,≠78
মৃদুল শইকীয়া ( NCP) ,=5o
বিজয় কুটুম ( নিৰ্দলীয়)=73
জীৱন চন্দ্ৰ বৰা(নিৰ্দলীয়) ,=255
ৰেৱকান্ত গগৈ ( AJP) ,=123
হেমন্ত দলৈ( নিৰ্দলীয়),=69
চাইমন তাঁতী(নিৰ্দলীয়) =37
দীনেশ কৰ্মকাৰ(নিৰ্দলীয়)=299
আনহাতে ১ ম ৰাউণ্ডৰ ভোট গণনাৰ অন্ততঃ
২৭ নং বিলাসীপাৰা পূৱ সমষ্টিত
অশোক কুমাৰ সিংহী (বিজেপি)= 4208ভোট লাভ
ছামচুল হুদা (এ আই ইউ ডি এফ)=3969 ভোট লাভ ডা:কাণুলাল দাস (এজেপি)=250ভোট লাভ কৰিছে।
মানকাছাৰত
সম্প্ৰতি সময়লৈকে মানকাছাৰ দ্বিতীয় ৰাউণ্ডত
আমিনুল ইছলাম- 2265 AIUDF
জাবেদ ইছলাম-8376 AGP
পাটাছাকুছি সমষ্টিৰ দ্বিতীয় ৰাউণ্ড-
ৰঞ্জিত দাস-4803
শান্তনু শৰ্মা-437 Cong
পবিন্দ্ৰ ডেকা-1162
মাজুলীত প্ৰথম ৰাউণ্ডত-
ৰাজীৱ লোচন পেগু-1619 cong
সৰ্বানন্দ সোণোৱাল-4400 BJP
Bhaity Richong (SUCI-Communist)- 44
শিশুধৰ দলে-442 AJP
পূৰ্ণ পেগু-36
যোৰহাট (98 LAC)দ্বিতীয় ৰাউণ্ড
হিতেন গোস্বামী- (CONG) LEAD BY: 598
ৰানা গোস্বামী- (CONG): 6205
হিতেন্দ্ৰনাথ গোস্বামী: 6803
নিৰোড চক্ৰৱৰ্তী: 1007
ৰঞ্জিত বৰুৱা: 130
NOTA: 202

Comments (0)
Add Comment