ধৰ্মীয় ৰীতি নীতি উদযাপিত হ`ল মহালয়া

আজি মহালয়া।পশ্চিমবংগ ,অসম ত্ৰিপুৰাকে ধৰি বিভিন্ন স্থানত এই মহালয়া উদযাপিত হৈছে।হিন্দু আখ্যান অনুসৰি আজি দিনটো ব্ৰক্ষ্ম,বিষ্ণু আৰু মহেশ্বৰে ৰাক্ষক মহিষাসুৰক পৰাস্ত কৰি দেৱী দুৰ্গক সৃষ্টি কৰিছিল।।মহালয়া দুৰ্গা পূজা লগত সম্পৰ্কিত । আজি দিনটোতে নৃত্য শিল্পী সকলে দেৱী দুৰ্গা প্ৰতিমা চকুত ৰং কৰাৰ আৰম্ভ কৰে। এইবাৰ মহালয়া ৫ অক্টোবৰ সন্ধিয়া পৰা আৰম্ভ হৈ আজি ৬:৩০ লৈ চলিব।মহালয়া নৱৰাত্ৰি ঋতুৰ আৰম্ভণি চিহ্নিত কৰে যিটো মা দুৰ্গাৰ বাবে উৎসৰ্গিত।এই দিনবোৰত ভক্ত সকলে ৯ দিনৰ বাবে উপবাস থাকে আৰু মা দুর্গাৰ নটা ৰূপৰ পূজা কৰে।

Comments (0)
Add Comment