প্ৰাক্তন মুখ্যমন্ত্ৰীৰ আৰোগ্য কামনা কৰি চাকি জ্বলালে ধুবুৰীত

প্ৰাক্তন কংগ্ৰেছী বিধায়ক আবু তাহেৰ বেপাৰীৰ বাসগৃহত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্যৰ কামনাৰ কৰি দলৰ সকলো কৰ্মকৰ্তাক লৈ সমূহীয়া নামাজ পঢাৰ লগতে অসম বংগ সীমান্তৰ ছাগলীয়াত থকা দুৰ্গা মন্দিৰত কংগ্ৰেছৰ কৰ্মকৰ্তা সকলে পূজা অৰ্চনা কৰে। তৰুণ গগৈৰ অতি শীঘ্ৰেই যাতে সুস্থ হৈ উঠে তাৰেই কামনা কৰে কংগ্ৰেছ কৰ্মী সকলে।উল্লেখযোগ্য যে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰা পিছতো গুৰুতৰ ভাৱে অসুস্থ হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।
খবৰ যুগুতালে ধুবুৰীৰ পৰা দীপ মহন্তই..
 

Comments (0)
Add Comment