ফিল্ম ফেষ্টিভেলত আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা পাবলৈ সক্ষম হৈছে বিশাল স্বৰ্গীয়াৰীয়ে

অসমৰ চলচিত্ৰ নিৰ্মাতা বিশাল স্বৰ্গীয়াৰী এখন চিনেমাই আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰিছে। working Man শীৰ্ষক এই চিনেমাখনে ইউৰোপৰ ফিল্ম ফেষ্টিভেলত বেষ্ট মোবাইল ফিল্ম এৱাড আৰু পৰ্টব্লেয়াৰ ইণ্টাৰনেশ্যনেল ফ্লিম ফেষ্টিভেলত বেষ্ট দাৰেক্টৰ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে।
বাক্সা জিলাৰ পশ্চিম ৰেহাবাৰী গাঁৱৰ বাসিন্দা বিশালে নিজৰ Redmi Note7 pro মোবাইলে এই চিনেমা খনৰ দৃশ্য গ্ৰহণ কৰি কাইন মাষ্টাৰত ইডিট কৰি ফিল্ম ফেষ্টিভেললৈ পঠাইছিল। And film so far received the awards the international level আৰু অৱশেষত সেই ফিল্ম খনে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সক্ষম হ’ল। খেতিয়কৰ জীৱনক লৈ নিৰ্মিত এই ছবিখনে কিদৰে এজন খেতিয়কে নিজৰ কৰ্ম জীৱন পুৱতি নিশাৰ পৰা আৰম্ভ কৰে সেই সম্পৰ্কে দেখুওৱা হৈছে।

Comments (0)
Add Comment