বি পি এফত যোগদান কৰিল অঞ্জলি দৈমাৰীয়ে

বিগত ২৮ বছৰ ধৰি মানৱ অধিকাৰ আৰু মহিলা হকে কাম কৰি অহা বড়ো উইমেন জাষ্টিছ হাগ্ৰামা নেত্ৰী অঞ্জলি দৈমাৰীয়ে বি পি এফত যোগদান কৰিছ।
 
 
 
উল্লেখযোগ্য যে দৈমাৰীয়ে অলপতে আনুষ্ঠানিক ভাৱে বি পি এফত যোগদান কৰি এনেদৰে কয়- কোনো পদৰ লালসাত মই বি পি এফত যোগ দিয়া নাই।এয়া মোৰ পূৰ্বও নিৰ্ধাৰিত সিদ্ধান্তও নাছিল। বি পি এফৰ ফালৰ পৰা মোক যোগদানৰ বাবে  অনুৰোধ জনাইছিল। সেই সূত্ৰে মই বি পি এফত যোগদান কৰিলো।
 
 
 
কোনো অনুষ্ঠানৰ লগত প্ৰত্যক্ষভাৱে জৰিত নাথাকিলে  সামাজিক কাম কৰা সম্ভৱ নহয় সেয়েহে মই দলত যোগদান কৰিলো ।মই ৰাইজৰ বাবে কাম কৰিব বিচাৰো।

Comments (0)
Add Comment