এগৰাকী যুৱতীৰ মহানুভৱতাৰ বাবে সকলোৰে মাজত চৰ্চিত হৈ পৰিছে।বোকাখাত লুখুৰাখনীয়াৰ বনশ্ৰী গগৈ নামৰ যুৱতী গৰাকীয়ে লকডাউনৰ সময় ছোৱাত দুখীয়া লোকসকলৰ মাজত বিনামুলীকৈ মাস্ক বিতৰণ কৰিছে।উল্লেখযোগ্য যে বনশ্ৰীয়ে ইতিমধ্যে ২০০০ৰো অধিক গামোছাৰ মাস্ক দুখীয়া পৰিয়ালক বিতৰণ কৰিছে।অলপতে কৃষিমন্ত্ৰী অতুল বৰা বনশ্ৰীৰ বাসগৃহলৈ গৈ তেখেতৰ কৰ্মৰ বাবে শুভেচ্ছা জনাই।বনশ্ৰী গগৈ লুখুৰাখনীয়া গাঁৱৰ ঘনকান্ত গগৈ আৰু মনোৰমা গগৈৰ কন্যা।
Trending
- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে আজি গোৱালপাৰা জিলা ভ্ৰমন কৰি কেইবাটাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰে
- গুৱাহাটী মহানগৰীৰ বশিষ্ঠত নন্দ উৎসৱ উদযাপন
- MGM Healthcare Organises CME on Heart &Lung Transplant, and Mechanical Circulatory Support & ECMO
- যোৰাবাট উন্নয়ন সমিতিৰ স্বাধীনতা দিৱস উদযাপন
- পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ব্যতিক্ৰমী স্বাধীনতা দিৱস উদযাপন
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য