এগৰাকী যুৱতীৰ মহানুভৱতাৰ বাবে সকলোৰে মাজত চৰ্চিত হৈ পৰিছে।বোকাখাত লুখুৰাখনীয়াৰ বনশ্ৰী গগৈ নামৰ যুৱতী গৰাকীয়ে লকডাউনৰ সময় ছোৱাত দুখীয়া লোকসকলৰ মাজত বিনামুলীকৈ মাস্ক বিতৰণ কৰিছে।উল্লেখযোগ্য যে বনশ্ৰীয়ে ইতিমধ্যে ২০০০ৰো অধিক গামোছাৰ মাস্ক দুখীয়া পৰিয়ালক বিতৰণ কৰিছে।অলপতে কৃষিমন্ত্ৰী অতুল বৰা বনশ্ৰীৰ বাসগৃহলৈ গৈ তেখেতৰ কৰ্মৰ বাবে শুভেচ্ছা জনাই।বনশ্ৰী গগৈ লুখুৰাখনীয়া গাঁৱৰ ঘনকান্ত গগৈ আৰু মনোৰমা গগৈৰ কন্যা।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram