বৰ্ষপুতিত ভৰি দিলে মহানগৰীৰ অন্যতম বিপনীয়ে

0 501

মহানগৰীস্থিত আইচ ক্ৰীমৰ বিপনী পাবৰায়ে ১৫ আগষ্টত এবছৰ অতিক্ৰম কৰিব ।সেই উপলক্ষে আয়োজিত আজি অনুষ্ঠানত উপস্থিত হয় সন্মানীয় ৰাজ্যপালৰ পত্নী প্ৰেম মুখী।তেখেতে আইচ ক্ৰীমৰ বিপনী খনত উপস্থিত হৈ বিভিন্ন স্বাদৰ আইচ ক্ৰীমৰ সোৱাদ লয়।উল্লেখযোগ্য যে এই বিপনীখন তামান্না চমনী আৰু  নেহা পৰিৱাল নামৰ দুগৰাকী মহিলা উদ্যমীয়ে পৰিচালনা কৰি আছে ।

Leave A Reply

Your email address will not be published.