কামাখ্যা মন্দিৰত অনুষ্ঠিত মহা অম্বুবাচী মেলাত লাখ-লাখ ভক্তৰ সমাগম ঘটিছে। মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু পৰিৱেশ সচেতনতাৰ প্ৰচাৰ অভিযানকাৰী কনমানি সুহান মাল্লিকৰ উদ্যোগত ভক্তৰ মাজত ভিতৰত বিতৰণ কৰা হৈছে বিভিন্ন গছপুলি। পৰিৱেশ সচেতনতাৰ উদ্দেশ্যে পোনপ্ৰথমবাৰৰ বাবে অম্বুবাচীত দেখিবলৈ পোৱা গ’ল এনে এক ব্যতিক্ৰমী দৃশ্য। কালিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই গছপুলি বিতৰণৰ শিবিৰ। গছ থাকিলে মানুহ থাকিব। এই মহা বাৰ্তালৈ অম্বুবাচীলৈ অহা ভক্তৰ মাজত বিলাই থকা হৈছে গছপুলি। প্ৰতিদিনেই প্ৰায় এহাজাৰকৈ ভক্তক গছপুলি বিতৰণ তথা পৰিবেশ সংৰক্ষণৰ বাবে আহ্বান জনাব উদ্যোক্তাই। ইফালে সকলোকে মাৰ আশীষ লৈ আহি একোটিকৈ গছপুলি নিবলৈ অনুৰোধ কৰে শিবিৰটোত উপস্থিত লোকসকলে।
Trending
- মধ্য গুৱাহাটী বিধানসভা সমষ্টি পৰ্যায়ৰ খেল মহাৰণ ২.০ ৰ সফল সামৰণি
- গুৱাহাটীত বেডমিণ্টন প্ৰতিযোগিতা সম্পন্ন, ল’ৰা শ্ৰেষ্ঠ খেলুৱৈ ময়ুৰেশ দত্ত ছোৱালী শ্ৰেষ্ঠ খেলুৱৈ কৃতিকা তামূলী
- অসামৰিক সেৱালৈ নিৰ্বাচিত আতুৰ কাঠাৰক বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ সম্বৰ্ধনা
- উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হ’ব মহাকুম্ভ মেলা
- ডিচেম্বৰ মাহত খোৱাপানীৰ প্ৰায় ৯৫,৮৫৮টা নতুন সংযোগৰ বাবে আৱেদন মুকলি গুৱাহাটী জল ব’ৰ্ডৰ
- মালিগাঁওত উত্তৰ পূবৰ প্ৰথমটো বিৰলা ই বাইকৰ নতুন শ্ব’ৰূম মুকলি
- উৰিষ্যাত ৰাষ্ট্ৰীয় কুংফু প্ৰতিযোগিতাত অসমৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভ
- দখলা কলিতাপাৰাত আদৰ্শ অঙ্গনাবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন- বিধায়ক হেমাংগ ঠাকুৰীয়াৰ
- ৰাজ্যপালৰ সৈতে ভাৰত আৰু ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ পৰ্যালোচনা বৈঠক
- কামৰূপৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ উদ্যোগত সোনাপুৰ মহাবিদ্যালয়ত বিশ্ব এইডছ দিৱস উদযাপন