অসমত ৰাজ্য ভাষা আইন কাৰ্য্যকৰীকৰণৰ বাবে ব্যাপক তৎপৰতা অৱলম্বন কৰিছে অসম সাহিত্য সভাই ।অসম ৰাজ্যৰ আওতাত থকা প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্য্যন্ত ব্ৰহ্মপুত্ৰ উপত্যকাত থকা শিক্ষানুষ্ঠান সমূহত অসমীয়া ভাষা, বড়ো স্বায়ত্ব শাসিত এলেকাত বড়ো, অসমীয়া ভাষাত আবেদন ,চৰকাৰী টোকা লেখাটো বাধ্যতামূলক কৰাত গুৰুত্ব আৰোপ কৰিছে। আনহাতে বৰাক উপত্যকাত বাংলা, অসমীয়া ,পাৰ্বত্য এলেকাত ইংৰাজী, অসমীয়া ব্যৱহাৰ কৰিবলৈও আহ্বান জনাইছে ।অসম সাহিত্য সভাই অসমৰ চৰকাৰী বেচৰকাৰী যিকোনো চাকৰিত মাতৃভাষাৰ জ্ঞান বাধ্যতামূলক কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে বুলি এক বিবৃতিৰ যোগে জানিবলৈ দিছে।
Trending
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত মালিগাঁৱত “হেঁপাহৰ ভোগালী” শীৰ্ষক অনুষ্ঠান
- আজি ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়ত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰমাণ পত্ৰ গ্ৰহণ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৰ্বভাৰতীয় আন্তঃমণ্ডল গুৱাহাটী ক্ৰিকেট প্ৰতিযোগিতাত পশ্চিম মণ্ডল চেম্পিয়ন
- মহানগৰীত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ
- কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা
- চাকৰি এৰি ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে প্ৰশান্তমণিয়ে
- সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ
- Bureau of Indian Standards Celebrates 78th Foundation Day at Guwahati
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এটা বছৰত ৬,৫১৯ টা গৰু জব্দ , ৯৭ জন ভাৰতীয় আৰু ৩৬ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ
- ৫ জানুৱাৰীত ১৩ সংখ্যক বেদান্ত বাচস্পতি ৰাধানাথ ফুকন স্মাৰক বক্তৃতা