অসমৰ নাম ৰাখিলে কলিয়াবৰৰ দলটোৱে

0 276

ঢাকাত অনুষ্ঠিত হোৱা পেচাপল’ এছিয়ান  চেম্পিয়নশ্বিপত ভাৰতে দুটা সোণৰ আৰু দুটা ৰূপৰ পদক দখল কৰে।১৭মে’ৰ পৰা ২০ মে’লৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ভাৰতীয় দলটোত অসমৰ ১৩ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল ।অসমৰ কলিয়াবৰ বহুকেইজন খেলুৱৈয়ে দলটোত অংশগ্ৰহণ কৰিছিল।

Leave A Reply

Your email address will not be published.