অসম কন্যাৰ সাফল্য

0 248

দক্ষিণ ভাৰতৰ কেৰেলাৰ কেলিকাটত অনুষ্ঠিত হোৱা সৌন্দৰ্য্য প্ৰতিযোগিতা উজলি উঠিছে অসমৰ এগৰাকী যুৱতী।বিশ্বনাথ চাৰিআলিৰ বাবুল বেহুৰাৰ কন্যা চুহানী বেহুৰাই জুনিয়ৰ মডেল ইণ্টাৰনেচনেল প্ৰতিযোগিতা খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ।উল্লেখযোগ্য যে চুহানীয়ে  চাদৰ মেখেলা পৰিধান কৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিচাৰকৰ সন্মুখত প্ৰতিভা প্ৰদৰ্শন কৰিছিল ।

Leave A Reply

Your email address will not be published.