অসম সুন্দৰীৰ জয় যাত্ৰা অব্যাহত

0 315

যোৱা ১৮জুনত নতুন দিল্লীত অনুষ্ঠিত হোৱা মিছেছ ইণ্ডিয়া হোম মেকাৰ,কুইন ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসমৰ ৪গৰাকী প্ৰতিযোগীয়ে খিতাপ দখল কৰিছে ।এই প্ৰতিযোগীতা খনত ভাৰতৰ উপৰিও জাপান, কোৰিয়া আদিৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল ।ইয়াৰ ভিতৰত অসমৰ ছুইটী গৰাকীয়ে মিছ ইণ্ডিয়া,শিৱসাগৰৰ আপুনি বেগমে মিছ টিন, অানন্দিতা দাসে মিছেছ, ডেইজী বসুমতাৰীৰে কুইন ইউনিৰ্ভাছৰ খিতাপ লাভ কৰে।

Leave A Reply

Your email address will not be published.