আৱৰ্জনা ব্যৱস্থাপনা ক্ষেত্ৰলৈ সুখবৰ কঢ়িয়াই আনিছে কেইজন ছাত্ৰই।তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ অংকুৰ চহৰীয়া আৰু কেইগৰাকীমান ছাত্ৰই আৱৰ্জনা ব্যৱস্থাপনাৰ সম্পৰ্কত প্ৰকল্প প্ৰস্তুত কৰিছে।ইতিমধ্যে এই প্ৰকল্পটো শোণিতপুৰ জিলা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত প্ৰদৰ্শিত হৈছে।আৱৰ্জনা নিস্কাষণৰ ক্ষেত্ৰত প্ৰকল্পটোৱে পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰিব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।
Trending
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৰ্বভাৰতীয় আন্তঃমণ্ডল গুৱাহাটী ক্ৰিকেট প্ৰতিযোগিতাত পশ্চিম মণ্ডল চেম্পিয়ন
- মহানগৰীত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ
- কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা
- চাকৰি এৰি ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে প্ৰশান্তমণিয়ে
- সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ
- Bureau of Indian Standards Celebrates 78th Foundation Day at Guwahati
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এটা বছৰত ৬,৫১৯ টা গৰু জব্দ , ৯৭ জন ভাৰতীয় আৰু ৩৬ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ
- ৫ জানুৱাৰীত ১৩ সংখ্যক বেদান্ত বাচস্পতি ৰাধানাথ ফুকন স্মাৰক বক্তৃতা
- গোলাই চোৰ ২০২৫ বৰ্ষৰ প্ৰথমখন অসমীয়া চলচ্চিত্ৰ
- নৱম ৰাষ্ট্ৰীয় লন বল চেম্পিয়ন শ্বিপ অনুষ্ঠিত