ইউটিউৱ হ’ব পাৰে আপোনাৰ কেৰিয়াৰৰ অন্যতম মাধ্যম।অসমৰ ইউটিউৱাৰে কেনেধৰণৰ ভিডিঅ’ক প্ৰাধান্য দিয়া উচিত, অশ্লীল ভিডিঅ’সমূহ কেনেদৰে ৰিপ’ৰ্ট কৰিব লাগে ইত্যাদি সকলো বিষয় সামৰি কালি শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত অনুষ্ঠিত হ’ল ইউটিউৱাৰৰ সমাৰোহ ।শিৱসাগৰৰ ভাস্কৰ দত্তৰ লগতে অসমৰ ইউটিউৱ কমিউনিটিয়ে আয়োজন কৰা এই সমাৰোহখনত অসম বিভিন্ন প্ৰান্তৰ ৮০ গৰাকী ইউটিউৱাৰে অংশগ্ৰহণ কৰে।লগতে চাৰি শতাধিক অনুৰাগী উপস্থিত থাকে।উল্লেখযোগ্য যে ইতিপূৰ্বেও কলাক্ষেত্ৰত, নলবাৰীত ইউটিউৱাৰত মিট অনুষ্ঠিত হৈছিল ।
Trending
- মধ্য গুৱাহাটী বিধানসভা সমষ্টি পৰ্যায়ৰ খেল মহাৰণ ২.০ ৰ সফল সামৰণি
- গুৱাহাটীত বেডমিণ্টন প্ৰতিযোগিতা সম্পন্ন, ল’ৰা শ্ৰেষ্ঠ খেলুৱৈ ময়ুৰেশ দত্ত ছোৱালী শ্ৰেষ্ঠ খেলুৱৈ কৃতিকা তামূলী
- অসামৰিক সেৱালৈ নিৰ্বাচিত আতুৰ কাঠাৰক বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ সম্বৰ্ধনা
- উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হ’ব মহাকুম্ভ মেলা
- ডিচেম্বৰ মাহত খোৱাপানীৰ প্ৰায় ৯৫,৮৫৮টা নতুন সংযোগৰ বাবে আৱেদন মুকলি গুৱাহাটী জল ব’ৰ্ডৰ
- মালিগাঁওত উত্তৰ পূবৰ প্ৰথমটো বিৰলা ই বাইকৰ নতুন শ্ব’ৰূম মুকলি
- উৰিষ্যাত ৰাষ্ট্ৰীয় কুংফু প্ৰতিযোগিতাত অসমৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভ
- দখলা কলিতাপাৰাত আদৰ্শ অঙ্গনাবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন- বিধায়ক হেমাংগ ঠাকুৰীয়াৰ
- ৰাজ্যপালৰ সৈতে ভাৰত আৰু ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ পৰ্যালোচনা বৈঠক
- কামৰূপৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ উদ্যোগত সোনাপুৰ মহাবিদ্যালয়ত বিশ্ব এইডছ দিৱস উদযাপন