কলা,বিজ্ঞান,বাণিজ্য বিভাগত কোনে কোনে শীৰ্ষ স্থান দখল কৰিলে

0 238

আজি ঘোষিত কৰা হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। সম্পূৰ্ণ পৃথক তথা ডিজিটেল পদ্ধতিত ঘোষণা কৰা হৈছে এইবাৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। আজি ঘোষণা কৰা ফলাফল অনুসৰি কেইবাগৰাকীও শিক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হয়।

কলা শাখাত শীৰ্ষ স্থান দখল কৰে দৰঙৰ পূবালী ডেকা আৰু নগাঁওৰ শ্ৰদ্ধা বৰগোহাঁইয়ে।
দ্বিতীয় স্থান দখল কৰে বৰপেটাৰ কাশ্মিৰী দাস, গোলাঘাটৰ অন্বেষা কাশ্যপ আৰু হোজাইৰ
ছাইমাই।
তৃতীয় স্থান দখল কৰে বৰপেটাৰ জুস্মিতা গোস্বামী, বঙাইগাওৰ ফাৰহানুৰ ৰহমান, দৰঙৰ ময়ূৰিকা ডেকা, কামৰূপ(গ্ৰাম্য)ৰ সংগীতা দাস, নগাওৰ
পলী বৰা, নগাওৰ প্ৰিয়াক্ষী বৰা আৰু তিনিচুকীয়াৰ মৌমিতা কোঁৱৰে।
চতুৰ্থ স্থান দখল কৰে দৰঙৰ মানসী চহৰীয়া, কটন বিশ্ববিদ্যালয়ৰ দেৱশ্ৰী বৰা, নগাওৰ তাহিৰা জামান আৰু নগাওৰ জুলী বৈশ্যই।
পঞ্চম স্থান দখল কৰে ধেমাজিৰ শৰৎ শইকীয়া, অসম জাতীয় বিদ্যালয় গুৱাহাটীৰ সম্পূৰ্ণা বাৎসায়ন , নগাওৰ কাবেৰী কোঁচ, নলবাৰীৰ
মালবিকা ভৰদ্বাজে।
ষষ্ঠ স্থান দখল কৰে যোৰহাটৰ ভাৰ্গৱ ফুকন, লখিমপুৰৰ স্বাগতা দত্ত আৰু নগাওৰ হৰ্ষিতা বৰঠাকুৰে।
সপ্তম স্থান দখল কৰে ধুবুৰীৰ অবন্তি ৰয়, ডিব্ৰুগড়ৰ অন্নশ্ৰী মহন্ত, গোলাঘাটৰ অমিতেষ নাথ, লখিমপুৰৰ দিব্য প্ৰতিম বৰা, নগাওৰ উদিতা ঈষাণী কাকতী, নগাঁওৰ শতাব্দী পূজাৰী, নগাঁওৰ
প্ৰিয়াংশী গোস্বামী আৰু নলবাৰীৰ পৰিণীতা বুজৰবৰুৱাই।
অষ্টম স্থান দখল কৰে বৰপেটাৰ আলিস্মিতা শৰণীয়া, বৰপেটাৰ ডেইজী নাথ, ডিব্ৰুগড়ৰ
আফৰিন ইছলাম আৰু গোলাঘাটৰ প্ৰাপ্তি বৰুৱাই।
নৱম স্থান দখল কৰে বঙাইগাওৰ অজশ্বেতা বশিষ্ঠ গোস্বামী, যোৰহাটৰ এপল’ কাশ্যপ আৰু নগাওৰ নম্ৰতা বৰুৱাই।
দশম স্থান দখল কৰে বৰপেটাৰ চন্দ্ৰিকা কলিতা, ধেমাজিৰ অংকিতা ভূঞা, ধুবুৰীৰ কৃষ্ণা বালা দাস, যোৰহাটৰ শুভাকাংক্ষী আত্ৰেয়া, লখিমপুৰৰ ছাহাব উদ্দিন আৰু নলবাৰীৰ মমিনা আখতাৰে।
বিজ্ঞান শাখাত এইবাৰ শীৰ্ষস্থান অধিকাৰ কৰে
শীৰ্ষ স্থান দখল কৰিছে বৰপেটাৰ আনন্দ ৰাম বৰুৱা একাডেমীৰ অবিনাশ কলিতাই। অবিনাশে লাভ কৰিছে সৰ্বমুঠ ৪৮৬ নম্বৰ।
দ্বিতীয় স্থান দখল কৰে নগাওৰ নায়িমা ফিৰ্দুচ বৰভূঞাই।
তৃতীয় স্থান দখল কৰে কামৰূপ মেট্ৰ’ৰ প্ৰীতপল বেজবৰুৱাই।
চতুৰ্থ স্থান দখল কৰে বৰপেটাৰ নিবিৰ ডেকা আৰু নগাওৰ সাগৰ গোৱালাই।
পঞ্চম স্থান দখল কৰে নগাওৰ আশীষ কুমাৰ গাৰ্গে।
ষষ্ঠ স্থান দখল কৰে ডিব্ৰুগড়ৰ অৰ্জুন বৰগোহাঁই, কামৰূপ মেট্ৰ’ৰ আয়ুসী কাব্ৰা আৰু নগাওৰ
ব্ৰেনজীত্‍ হাজৰিকাই।
সপ্তম স্থান দখল কৰে গোৱালপাৰাৰ শুভাশীষ ভৌমিক, নগাওৰ অম্লান জ্যোতি পেগু, নগাওৰ সৱনম গুঞ্জন বৰা, তেজপুৰৰ বিভাস কাফলে আৰু তেজপুৰৰ অংশুমালী শৰ্মাই।
অষ্টম স্থান দখল কৰে নগাওৰ মনিৰুল ইছলাম, নগাওৰ চিন্ময় নাথ, নগাওৰ আমিশা সিং আৰু নগাওৰ হিমানজ্যোতি বৰগোহাঁইয়ে।
নৱম স্থান দখল কৰে হোজাইৰ আছিফা নাজনীন, নগাওৰ উত্‍পলৰাজ কেমপ্ৰাই আৰু শিৱসাগৰৰ
শিবানুজ বৰকটকীয়ে।
দশম স্থান দখল কৰে বৰপেটাৰ কুনাল তালুকদাৰ, বৰপেটাৰ অভিজিত্‍ চৌধুৰী, নগাওৰ ইফটিকাৰ আহমেদ আৰু নগাওৰ অংকিতা শইকীয়াই।
বাণিজ্য শাখত শীৰ্ষ স্থান দখল কৰে ছল্ট ব্ৰুক একাডেমীৰ কৃষ্ণা মহেশ্বৰীয়ে।
দ্বিতীয় স্থান দখল কৰে সোণাৰীৰ হৰপ্ৰীত কৌৰে।
তৃতীয় স্থান দখল কৰে কাছাৰৰ বিনিতা চাহাই।
চতুৰ্থ স্থান দখল কৰে গোলাঘাটৰ জ্ঞানদ্বীপ দুৱৰা, হোজাইৰ সুৰভী দেৱ আৰু লখিমপুৰৰ পিউ দাসে।
পঞ্চম স্থান দখল কৰে ডিব্ৰুগড়ৰ প্ৰেৰণা দুৱৰা,
ডিব্লগড়ৰ আস্থা চৌধুৰী- ছল্ট ব্ৰুক একাডেমী আৰু
যোৰহাটৰ অংকুৰ জ্যোতি ভূঞাই।
ষষ্ঠ স্থান লাভ কৰে কাৰ্বি আংলঙৰ শ্ৰুতি জৈন আৰু নগাওৰ কাৰ্তিক ঢাৰিৱালে।
সপ্তম স্থান দখল কৰে বঙাইগাওৰ অৰিজিত্‍ ছাহা আৰু আৰ ডি জুনিয়ৰ কলেজৰ ৰোহিত আগৰৱালাই।
অষ্টম স্থান দখল কৰে কাছাৰৰ সুস্মিতা ৰয়, নলবাৰীৰ প্ৰীয়া জৈন নলবাৰীৰ তৃষ্ণা দেৱী আৰু শিৱসাগৰৰ মেঘা মজুমদাৰে।
নৱম স্থান দখল কৰে কাছাৰৰ আদিত্য দত্ত, গুৱাহাটী কমাৰ্চ কলেজৰ চিমি দাস আৰু লখিমপুৰৰ চাগিনা খাতুনে।
দশম স্থান দখল কৰে কামৰূপ মেট্ৰ’ৰ নলিনী জামাৰ, কামৰূপ মেট্ৰ’ৰ সাক্ষী গোলচ্চা আৰু লখিমপুৰৰ মধুসূধন শৰ্মাই।

Leave A Reply

Your email address will not be published.