কাজিৰঙাক লৈ গীত গাব মৃদুস্মৃতাই

0 280

কাজিৰঙাৰ মৃদুস্মৃতা গগৈক জৈৱ বৈচিত্ৰ্য আয়োগৰ সংৰক্ষণ অভিযানৰ বেণ্ড এম্বেচাদৰ হিচাপে অলপতে নিযুক্তি দিছে।কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত হোৱা এক কৰ্মশালাত ছাত্ৰীগৰাকীৰ গীত শুনি অভিভূত হৈ প্ৰধান মুখ্য বন সংৰক্ষক এ কে জহৰিয়ে এই ঘোষণা কৰে।উল্লেখযোগ্য যে এই কৰ্মশালাখনত বিভিন্ন ছাত্ৰ ছাত্ৰীৰ লগতে ডি এফ অ’ আৰু ফ্ৰান্সৰ পৰা অহা এটা প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিছিল।জানিব পৰা মতে অচিৰেই মৃদুস্মৃতাৰ কণ্ঠত বন্যপ্ৰাণী সংৰক্ষণৰ লৈ গোৱা গীত বানীবদ্ধ কৰা হ’ব।

Leave A Reply

Your email address will not be published.