কাঞ্চনজংঘাই অভিলেখ সৃষ্টি কৰিলে

0 548

অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ সুদিন আহিছে।এই কথা প্ৰমাণ কৰিলে জুবিন গাৰ্গৰ কাঞ্চনজংঘাই।দৰ্শকৰ অভূতপূৰ্ব সঁহাৰিৰ পৰিপ্ৰেক্ষিতত মুক্তি দিনাৰে পৰা কাঞ্চনজংঘাই ৪০লাখৰো অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়।সম্প্ৰতি গুৱাহাটীকে আদি কৰি অসমৰ বিভিন্ন ছবিগৃহত চলি আছে ।উল্লেখযোগ্য যে কাঞ্চনজংঘাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জুবিন গাৰ্গে ।

Leave A Reply

Your email address will not be published.