গণৰাজ্য দিৱসত কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন

0 287

গণৰাজ্য দিৱসত কোন মন্ত্ৰীয়ে কত পতাকা উত্তোল কৰিব তাৰ তালিকা শেহতীয়াকৈ প্ৰকাশ পাইছে।তালিকা অনুসৰি নগাঁৱত পতাকা উত্তোলন কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই,বৰপেটাত পতাকা উত্তোলন কৰিব সিদ্ধাৰ্থ ভট্টাচাৰ্যই,ডিব্ৰুগড় পতাকা উত্তোলন কৰিব চন্দ্ৰমোহন পাটোৱাৰীয়ে,মাজুলীত পতাকা উত্তোলন কৰিব নৱ দলেই,লখিমপুৰত পতাকা উত্তোলন কৰিব ৰঞ্জিত দত্তই,শিলচৰত পতাকা উত্তোলন কৰিব পৰিমল শুক্লবৈদ্যই
তিনিচুকীয়াত পতাকা উত্তোলন কৰিব সঞ্জয় কিষাণে,মৰিগাঁৱত পতাকা উত্তোলন কৰিব পিয়ুষ হাজৰিকাই,তেজপুৰত পতাকা উত্তোলন কৰিব কেশৱ মহন্তই,যোৰহাটত পতাকা উত্তোলন কৰিব অতুল বৰাই,গোৱালপাৰাত পতাকা উত্তোলন কৰিব ফণীভূষণ চৌধুৰী,ধুবুৰীত পতাকা উত্তোলন কৰিব প্ৰমীলাৰাণী ব্ৰহ্ম,গোলাঘাটত পতাকা উত্তোলন কৰিব চন্দন ব্ৰহ্ম,বাক্সাত পতাকা উত্তোলন কৰিব ৰিহন দৈমাৰীয়ে,আমিনগাঁৱত পতাকা উত্তোলন কৰিব চুম ৰংহাঙে।

Leave A Reply

Your email address will not be published.