গুৱাহাটী পৌৰনিগম নিৰ্বাচন, ২০২২ সফলভাৱে সম্পন্ন কৰাৰ বাৱে ৱাৰ্ড অনুযায়ী ছজনক নীৰিক্ষক আৰু এজন বিশেষ নিৰীক্ষকক নিয়োগ কৰিছে অসম ৰাজ্য়িক নিৰ্বাচন আয়োগে। ভাৰতীয় বন সেৱা (অৱসৰপ্ৰাপ্ত) বিষয়া, লক্ষ্ণৌৰ আৰ এম ডুবেক বিশেষ নিৰ্বাচনী নীৰিক্ষক হিচাপে নিয়োগ কৰিছে অসম ৰাজ্য়িক নিৰ্বাচনী আয়োগে। অহা ৩১ মাৰ্চত তেওঁ অসম পাবহি। তেওঁৰ ফোন নম্বৰ হল-৯৪৩৫০৬৭৬৯০। আনহাতে, ৱাৰ্ড অনুযায়ী নিয়োগ কৰা ছজন নিৰ্বাচনী নিৰীক্ষক হৈছে-ক্ৰমে ৱাৰ্ড নং ১ ৰ পৰা ১০ লৈ ক্ৰীড়া আৰু যুৱ কল্য়াণ বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰী, ফোন নম্বৰ-৯৪৩৫১৮৬৩২২; ৱাৰ্ড নং ক্ৰমে ১১ ৰ পৰা ২0 লৈ ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ যুটীয়া সচিব ভাস্কৰ জ্যোতি মান্তা, ফোন নম্বৰ-৯৩৬৫৮২৩১৫২; ৱাৰ্ড নং ক্ৰমে ২১ ৰ পৰা ৩০ লৈ সমাজ কল্যাণ বিভাগৰ য়ুটীয়া সচিব গৌৰীশংকৰ শৰ্মা, ফোন নম্বৰ ৯৪৩৫০৮৩১৮৬ ; ৱাৰ্ড নম্বৰ ক্ৰমে ৩১ ৰ পৰা ৪০ লৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যুটীয়া সচিব আৰু জলজীৱন মিছনৰ অতিৰিক্ত মিছন সঞ্চালক মৃদুল কুমাৰ দাস, ফোনম্বৰ-৯৪৩৫১৫৮৮২২; ৱাৰ্ড নম্বৰ ক্ৰমে ৪১ ৰ পৰা ৫০ লৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উপ সচিব অনন্ত কুমাৰ গগৈ, ফোন নম্বৰ ৮৪৭৪৮৭৮৫৬৪; ৱাৰ্ড নম্বৰ ক্ৰমে ৫১ ৰ পৰা ৬০ লৈ পৰিবহণ বিভাগৰ উপ সচিব আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সচিব গুণজিৎ ৰায় চৌধুৰী, ফোন নম্বৰ ৯৪৩৫০৫৮৯২০।
Trending
- নগাঁৱৰ তেঁতেলিসৰাত জিৰণিৰ উদ্যোগত ভূমিকম্পৰ সজাগতা সভা
- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতা – আজাৰাত মেট্ৰিক পৰীক্ষাৰ্থীক বিনামূলীয়াকৈ টেষ্ট পেপাৰ প্ৰদান
- উদ্যান শস্য গৱেষণা কেন্দ্ৰত শুকান ভূমিত কৃষি বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা