গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন গুৰু হিচাপে ভূগোল বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড৹ মধুশ্ৰী দাসক নিৰ্বাচন কৰা হয়। অলপতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ অধ্যক্ষতাত বিজ্ঞান বিভাগৰ সমূহ মুৰব্বী অধ্যাপক অধ্যাপিকাৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত অধ্যাপিকা মধুশ্ৰী দাসক এই গুৰুত্বপূৰ্ণ দ্বায়িত্ব অৰ্পণ কৰা হয়। ভূগোল বিজ্ঞান বিভাগৰ প্ৰতিস্থাপন সময়ৰ পৰা বিজ্ঞান গুৰুৰ দ্বায়িত্ব লাভ কৰা তেওঁ পঞ্চম গৰাকী মুৰব্বী অধ্যাপিকা। এসময়ত কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক হিচাপে কাম কৰা মধুশ্ৰী দাসে ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন গুৰুত্বপূৰ্ণ কামত নিয়োজীত থকাৰ উপৰিও দেশে বিদেশে বিভিন্ন গৱেষণাপত্ৰ প্ৰকাশ কৰি ভূয়সী প্ৰশংসা লাভ কৰিছে।
Trending
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী