দিনটোৰ দুটা গুৰুত্ব পূৰ্ণ খবৰ

0 290

WhatsApp Image 2018-03-10 at 6.44.27 PM

এজন সমাজপ্ৰেমী ব্যক্তি। নাম ফনীধৰ ডেকা। বৰ্ত্তমান জু নাৰেংগীৰ বাসিন্দা। ফনীধৰ ডেকাই উত্তৰ প্ৰজন্মৰ বাবে লিখিছে বহু কেইখন অমূল্য গ্ৰন্থ। জানিব পৰা মতে তেখেতে কামৰূপৰ বেজেৰা অঞ্চলৰ কিছু ঐতিহাসিক কাহিনী গ্ৰন্থ কেইখনত লিপিবদ্ধ কৰিছে। এক টেলিফোনিক সাক্ষাৎকাৰত ফনীধৰ ডেকাই এনেদৰে কয়.. বৈষ্ঞৱ জনজীৱনৰ ওপৰত গৱেষণা মূলক গ্ৰন্থ লিখিছেো। বেজেৰা অঞ্চলত দামোধৰ দেৱে বৈষ্ঞৱ চিন্তা চৰ্চাক প্ৰসাৰ ঘটাইছিল। সেই তথ্যসমূহ বহুতো গৱেষণা কৰি কিতাপ আকাৰে লিখি উলিয়াইছো। উল্লেখযোগ্য যে ফনীধৰ ডেকা আউনী আটী কমলদেৱ হাইস্কুলৰ অৱসৰ প্ৰাপ্ত শিক্ষক।

WhatsApp Image 2018-03-10 at 6.42.11 PM
আনহাতে আজি মুকলি হ’ল ডিজিটেল পাঠশালা শীৰ্ষক ই লাইব্ৰেৰী প্ৰকল্প। ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে এই প্ৰকল্প আজি আনুষ্ঠানিক ভাবে মুকলি কৰে। জানিব পৰা মতে ডিজিটেল পাঠশালাৰ জৰিয়তে অনলাইনৰ বিভিন্ন দিশ অৱগত কৰাৰ ব্যৱস্থা কৰিব।

Leave A Reply

Your email address will not be published.