আগন্তুক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ক’ভিড যুঁজাৰু সকলক সন্মান দিয়াৰ লক্ষ্যৰে সোমবাৰে সন্ধিয়া দীঘলীপুখুৰীত থকা ‘যুদ্ধ স্মাৰকত ভাৰতীয় বায়ু সেনাই দেশপ্ৰেমমূলক বেণ্ড প্ৰদৰ্শন কৰে । বেণ্ড প্ৰদৰ্শনত ক’ভিড কেয়াৰ হস্পিতালৰ পৰা ক’ভিডক পৰাভূত কৰি বিজয়ী অহা ২৬ জনে ভাগ লয় । তেওঁলোকে বেণ্ডৰ মাজত সুৰৰ মূৰ্ছনাৰে সন্ধিয়াৰ দীঘলীপুখুৰী জীপাল কৰি তোলে । অনুষ্ঠানত ভাৰতীয় বায়ু সেনাৰ উপৰি কেবাগৰাকী সেনা আৰু প্ৰাক্তন সৈনিক , এন চি চি কেডেট আৰু কিছু সংখ্যক বিশিষ্ট বাক্তি উপস্থিত থাকে ।
Trending
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি