শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ নৈসৰ্গিক শোভাৰ মাজত অৱস্থিত এন পাল্কী কেম্পত আজি আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস উপলক্ষ্যে হিউমেন ৰাইটছ একচন কাউন্সিল অসমৰ উদ্যোগত এক বিনামূলীয়া দন্ত চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয় । সংগঠনটোৰ সঞ্চালক ড০ পৰশমণি সিংহাই জনোৱা মতে পুৱা ১১:০০ বজাৰপৰা অনুষ্ঠিত শিবিৰটোত উপস্থিত চিকিৎসকে অঞ্চলটোৰ তৰাজান,পোতাশালি, গামানী, চপালগা, হাতীগেট, মেকাহিৰ ৰাইজৰ মাজত বিনামূলীয়াকৈ দন্ত পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি