বাঁহ অসমৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংশ। অতীতৰ পৰা বাঁহৰ গুৰুত্ব অপৰিসীম। বাঁহক সেউজীয়া সোণ বুলিও জনা যায়। বাঁহৰ অৰ্থনীতিৰ গুৰুত্ব বুজি উদ্যমী মেঘালী দাসে আৰম্ভ কৰিছে বাঁহে নিৰ্মাণ কৰা আ অলংকাৰ এখন বিপনী লগতে প্ৰশিক্ষণ কেন্দ্র । প্ৰসংগ ক্ৰমে উল্লেখযোগ্য যে বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰু গৱেষণা প্ৰতিষ্ঠানৰ জৰিয়তে বাঁহৰ সা সামগ্রী প্ৰস্তুত কৰণৰ প্ৰশিক্ষণৰ লগতে বজাৰ দখল কৰিব পৰাকে সুবিধা কৰি দিছে। বেলতলাৰ হাউচিংস্থিত কালি মুকলি হোৱা বিপনী খনত অসম ৰাজ্যিক বেম্ব’ মিচনৰ মধুস্মিতা খাউন্ড, উত্তৰ পূব বাঁহ আৰু বেত উন্নয়ন নিগমৰ অঞ্জল গোস্বামী, ভাৰত চৰকাৰৰ হস্তশিল্প বিভাগৰ সঞ্চালক ইন্দিৰা দেৱী উপস্থিত থাকে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan