নাৰী সৱলীকৰণৰ বাণী বিলাব বিচাৰে নিৰ্মালীয়ে

0 311

যি সময়ত নাৰী সুৰক্ষাৰ প্ৰসংগই সৰ্বত্ৰে চৰ্চা লাভ কৰিছে,সেইসময়ত এগৰাকী যুৱতীয়ে নাৰী সৱলীকৰণৰ বাণীলৈ দেশ ভ্ৰমণৰ বাবে ৰাওনা হৈছে।মহানগৰীৰ নিৰ্মালী নাথ নামৰ যুৱতীগৰাকীয়ে গুৱাহাটীৰ পৰা কন্যাকুমাৰী হৈ সুদূৰ গুজৰাটলৈ যাত্ৰা কৰিছে।জানিব পৰা মতে নিৰ্মালীয়ে শনিবাৰে গুৱাহাটী নুনমাটিৰ পৰা ৰয়েল এনফিল্ডলৈ অকলেই যাত্ৰা আৰম্ভ কৰিছে।স্মৰ্তব্য যে ইতিপূৰ্বেও নিৰ্মালীয়ে অৰুণাচলৰ অতি দুৰ্গম অঞ্চললৈ যাত্ৰা কৰিছিল।

Leave A Reply

Your email address will not be published.