অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ বাবে এক সুখবৰ। FICCIয়ে আগবঢ়ালে ক্ৰীড়া ক্ষেত্ৰত বিশেষ সন্মান। India sports Award ৰ best sports promoting States হিচাপে অসমলৈ বিজয়ী শিতানত এই সন্মান আগবঢ়োৱা হৈছে।লক্ষ্য কোঁৱৰে অসমৰ সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজ,ক্ৰীড়াবিদ,ক্ৰীড়া সংগঠক অভিনন্দন জনাই কয় যে কিয়নো FICCI দৰে এটা সন্মানীয় সংস্থাই এই সন্মান জনোৱাটো ৰাজ্যখনৰ বাবে অত্যন্ত উৎসাহজনক খবৰ।লগতে কয় যে এই সন্মান লাভ কৰা মূলত ব্যক্তিজন হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। ২০১৬ চনৰ পৰা তেখেতে শাসনভাৰ লোৱাৰে পৰা ক্ৰীড়া দিশটো যিদৰে অগ্ৰাধিকাৰ দি গৈছে তাৰ ফলস্বৰূপে অসমে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।আনহাতে অহা ২৮ আৰু ২৯ ডিচেম্বৰত গুৱাহাটী সৰুসঁজাই ষ্টেডিয়ামত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ১২ খন ৰাজ্যক সামৰি অনুষ্ঠিত কৰিবলৈ লোৱা প্ৰতিযোগিতা খনত ৰাইজৰ লগতে ,ক্ৰীড়া সংগঠক,ক্ৰীড়াবিদ সকল সহযোগিতা কৰিবলৈ আহ্বান জনায়।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী