বিলাসীপাৰাত ধুবুৰী জিলা কলিতা জনগোষ্ঠীয় সন্মিলনৰ চতুৰ্দশ দ্বি বাৰ্ষিক অধিবেশন সম্পন্ন

0 386

অসমৰ প্ৰাচীনতম খিলঞ্জীয়া কলিতা জনগোষ্ঠীৰ চতুৰ্দশ দ্বি বাৰ্ষিক ধুবুৰী জিলা সমিতিৰ অধিবেশন খন বিলাসীপাৰা সমন্বয় ভৱনত অনুষ্ঠিত হয়। অধিবেশনত আগন্তুক বৰ্ষৰ বাবে দিলিপ কুমাৰ দাসক সভাপতি আৰু ধ্ৰুব ৰাম দাসক সম্পাদক হিচাপে লৈ এখন ২৫ জনীয়া পূৰ্ণাংগ কমিটি গঠন কৰে।
 
 
সভাৰ আৰাম্ভণিতে পতাকা উত্তোলন কৰে জিলা সভাপতি ধ্ৰুৱ ৰাম দাস লগতে সমান্তৰালভাৱে সাতখন আঞ্চলিকৰ সভাপতিয়ে পতাকা উত্তোলন কৰাৰ লগতে বন্তি প্ৰজলন কৰে  দেৱ কুমাৰ পাঠকে। সভাত কেন্দ্ৰীয় সমিতিৰ সম্পাদক দেব কুমাৰ পাঠক আৰু নব নিৰ্বাচিত ধুবুৰী জিলা সমিতিৰ সভাপতি দিলীপ কুমাৰ দাসে খিলঞ্জীয়া কলিতা জনগোষ্ঠীৰ সৰ্বাঙ্গীন উন্নতি হকে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰে।
খবৰ যুগুতালে বিলাসীপাৰাৰ পৰা অমৃত চৌধুৰীয়ে..
 

Leave A Reply

Your email address will not be published.