আন্তৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি খাদী আৰু গ্ৰামোদ্যোগ আয়োগে আয়োজন কৰে নাৰী দিৱস উদযাপনৰ এলানি কাৰ্যসূচী। মহানগৰীৰ ৰূপনগৰস্থিত কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত আঁত ধৰে উত্তৰ পূৱ জ’নৰ মুখ্য কাৰ্য্যবাহী বিষয়া জে কে গুপ্তাই। অনুষ্ঠানত বহু কেইগৰাকী উদ্যমীক সম্বদ্ধৰ্না জ্ঞাপন কৰে। এই অনুষ্ঠানত বিশেষ অতিথি উপস্থিত থাকি এন ই ফ’কাচ ডট কমৰ সম্পাদক সংগীতা শইকীয়াই উদ্যমীৰ উদ্যমীয়তাৰ সম্পর্কে বক্তব্য আগবঢ়ায়। লগতে দুগৰাকী উদ্যমীয়ে নাৰী সমাজত স্থান আৰু সবলীকৰণৰ সম্পর্কে বক্তব্য আগবঢ়ায়। অনুষ্ঠানত বহু কেইগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan