যোগ দিৱস উদযাপন

0 508

সমগ্ৰ দেশ তথা অসমৰ বিভিন্ন প্ৰান্তৰৰ লগতে আজি শোণিতপুৰ জিলাৰ ভিন্ন প্ৰান্তত পালন কৰা হয় পঞ্চম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। চাৰিদুৱাৰস্থিত ৩০ বিটেলিয়ন চি.আৰ.পি.এফ শিবিৰৰ উদ্যোগত যোগ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। পুৱা ৭ বজাৰ সমূহীয়াকৈ আয়োজন কৰা এই যোগ শিবিৰত ৩০ বেটেলিয়নৰ অধিনায়ক দিনেশ সিং চন্দেল, উপ অধিনায়ক সতিশ কুমাৰ, মহিলা ডেপুটি কামাণ্ডেট মিনা দাসকে ধৰি প্ৰায় শতাধিক জোৱানে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.