শাস্ত্ৰীয় সংগীতৰ সন্ধ্যা অনুষ্ঠিত

0 254

প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যনে অলপতে ডক্তৰ ভৱেন্দ্ৰ নাথ শইকীয়া প্ৰেক্ষাগৃহত এক শাস্ত্ৰীয় সংগীতৰ সন্ধ্যা অনুষ্ঠিত কৰে।শাস্ত্ৰীয় সংগীত, কথক, তবলা বাদন আদি অনুষ্ঠান পৰিবেশিত হয় ।অনুষ্ঠানত সুকুমাৰ বৰঠাকুৰক জীৱন যোৰা সাধনা বঁটা প্ৰদান কৰে।আনহাতে বহুকেইজন বিশিষ্ট ব্যক্তিকো সম্বৰ্ধনা জ্ঞাপন কৰে ।

Leave A Reply

Your email address will not be published.