শিৱসাগৰত তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্য্যালয় পৰিদৰ্শন কৰিলে বিভাগৰ আয়ুক্তই

0 229

তথ্য আৰু জনসংযোগ, শিক্ষা, সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ আয়ুক্ত প্ৰীতম শইকীয়াই আজি শিৱসাগৰ জিলাত উপস্থিত হৈ জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্য্যালয়ৰ, বিদ্যালয়ৰ সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয় আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয় পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত তেওঁ বিভাগীয় বিষয়া আৰু কৰ্মচাৰী সকলৰ লগত মত বিনিময় কৰাৰ উপৰিও কাৰ্য্যালয় সমূহৰ অভাৱ-অভিযোগ আৰু সমস্যা আদিৰ বিষয়ে বিস্তৃতভাৱে বুজ লোৱাৰ লগতে এই সমূহৰ আশু সমাধানৰ বিষয়ে ব্যৱস্থা গ্ৰহণৰ বিষয়ে আশ্বাস প্রদান কৰে।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.