অসম আৰু উত্তৰ পূৰ্বাঞ্চল জনজাতীয় সাজপাৰ প্ৰসাৰত গুৰুত্ব দিয়া ফেশ্বন ডিজাইনাৰ লেখা গোস্বামীক শ্ৰীময়ী ২০১৮ সন্মানেৰে সন্মানিত কৰিছে।নিউজ18অসম নৰ্থ ইষ্টে আয়োজন কৰা এক অনুষ্ঠানত ২০গৰাকী বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত মহিলাক বঁটা প্ৰদান কৰিছে।অসমীয়া সাজপাৰৰ অন্যতম ৰিহাক সঠিক ৰূপত পৰিধান কৰা আৰু নতুন ডিজাইন কৰাৰ ক্ষেত্ৰত লেখা গোস্বামীয়ে গুৰুত্ব দি আহিছে ।তেখেতৰ আঁচল বুটিকত সকলো ধৰণৰ সাজপাৰ উপলব্ধ ।
Trending
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত মালিগাঁৱত “হেঁপাহৰ ভোগালী” শীৰ্ষক অনুষ্ঠান
- আজি ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়ত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰমাণ পত্ৰ গ্ৰহণ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৰ্বভাৰতীয় আন্তঃমণ্ডল গুৱাহাটী ক্ৰিকেট প্ৰতিযোগিতাত পশ্চিম মণ্ডল চেম্পিয়ন
- মহানগৰীত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ
- কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা
- চাকৰি এৰি ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে প্ৰশান্তমণিয়ে
- সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ
- Bureau of Indian Standards Celebrates 78th Foundation Day at Guwahati
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এটা বছৰত ৬,৫১৯ টা গৰু জব্দ , ৯৭ জন ভাৰতীয় আৰু ৩৬ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ
- ৫ জানুৱাৰীত ১৩ সংখ্যক বেদান্ত বাচস্পতি ৰাধানাথ ফুকন স্মাৰক বক্তৃতা