অসম আৰু উত্তৰ পূৰ্বাঞ্চল জনজাতীয় সাজপাৰ প্ৰসাৰত গুৰুত্ব দিয়া ফেশ্বন ডিজাইনাৰ লেখা গোস্বামীক শ্ৰীময়ী ২০১৮ সন্মানেৰে সন্মানিত কৰিছে।নিউজ18অসম নৰ্থ ইষ্টে আয়োজন কৰা এক অনুষ্ঠানত ২০গৰাকী বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত মহিলাক বঁটা প্ৰদান কৰিছে।অসমীয়া সাজপাৰৰ অন্যতম ৰিহাক সঠিক ৰূপত পৰিধান কৰা আৰু নতুন ডিজাইন কৰাৰ ক্ষেত্ৰত লেখা গোস্বামীয়ে গুৰুত্ব দি আহিছে ।তেখেতৰ আঁচল বুটিকত সকলো ধৰণৰ সাজপাৰ উপলব্ধ ।
Trending
- National Lok Adalat & Consumer Awareness Programme on Lok Adalat Organized
- ডিমৰীয়া মহাবিদ্যালয়ত বিশ্ব অ’জন দিৱস ২০২৪ৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান
- দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপো মাৰ্টত কালিৰেপৰা অনুষ্ঠিত হৈছে চেমিকন ইণ্ডিয়া২০২৪’ সন্মিলন
- Career Counselling Seminar held at ADBU
- এয়াৰটেল ফাইনান্সে আৰম্ভ কৰিছে নতুন আঁচনি
- সুধাকন্ঠৰ সমাধি ক্ষেত্ৰত অনুষ্ঠিত হ’ল স্মৃতি তৰ্পণ অনুষ্ঠান
- জুবলী ফাউণ্ডেচনৰ উদ্যোগত মৃতকৰ অংগদান কৰ্মশালা
- এয়াৰটেলে তীব্ৰতৰ বাউজিং গ্ৰাহকক প্ৰদান কৰিছে
- গুৱাহাটী কবি কিশোৰ কুমাৰ জৈনৰ দুখনকৈ কাব্যগ্ৰন্থ উন্মোচন
- তামুলপুৰত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সম্পৰ্কীয় প্ৰশিক্ষণ